সত্ৰীয়াসত্‍

সত্ৰীয়া নৃত্য (Assamese) [ Roman: xo.tri.ya nri.tyo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-19
1. Performing Art(Proper Noun-Neuter) Sattriya dances, a classic dance of Assam, was introduced by Srimanta Shankar Dev to propagate religion. It has three parts - guru vandana, Ramdani and geet abhinaya. Guru vandana and Ramdani is performed without any music remain immune to the modern-day invasions. The geet abhinaya is based on the childhood tales of Lord Krishna. The basis training begins with Mati Akharas which are basic exercises of the dance. The music in the dance mostly depends upon the khol and cymbals, supporting raga and other songs. মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমৰ সত্ৰসমূহত সৃষ্টি কৰা সত্ৰীয়া নৃত্য অসমৰ ধ্ৰুপদী নৃত্যৰ অন্তৰ্গত ৷ ইয়াত তিনিটা অঙ্গ থাকে - গুৰু বন্দনা, ৰামদানি আৰু গীত অভিনয় ৷ গুৰু বন্দনা আৰু ৰামদানি কোনো সঙ্গীত নোহোৱাকৈ পৰিবেশন কৰা হয় আনহাতে গীত অভিনয় হ’ল শিশু কৃষ্ণৰ ল’ৰালি কালৰ বিভিন্ন কাৰ্যৰ অভিনয় ৷ এই নৃত্যৰ প্ৰাথমিক অঙ্গ হ’ল ইয়াৰ মাটি আখৰা ৷ ইয়াৰ সঙ্গীত আৰু নৃত্য ৰাগ, গীত আৰু খোল-তাঁলৰ সংযোগত পৰিবেশন কৰা হয় ৷
English: Sattriya dances,
Assamese: সত্ৰীয়া নৃত্য

Related Idea:

a. Material Noun-Neuter: ঘুৰি...